Homeকবিতা অনামী January 02, 2022 0 নিয়ৰ সনা শীতৰ গধূলি তোমাৰ পদূলিত কোনে বজাইছে বাঁহী কাৰ নূপূৰৰ ধ্বনিত তোমাৰ ওঁঠত জিলিকিছে হাঁহি!বুকুত জ্বলি উঠা তুহঁ জুইকুৰাতকোনে ঢালিছে আহি পানী কাৰ কু কিল কণ্ঠইকৰিছেহি তোমাৰ মন অভিমানী! ✍🏻সবিতা দাস মিৰ্জা,কামৰূপ Tags: কবিতা সবিতা দাস