সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
প্ৰশ্ন - অলিভাৰ টি কট্টাৰ কোন ?
উত্তৰ - অসমৰ প্ৰথম বাৰ্তালোচনী "অৰুণোদয় (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।
প্ৰশ্ন- কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ- শ্ৰীধৰ কন্দলী
প্ৰশ্ন: শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ- সান্দিপনী
প্ৰশ্ন - ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?
উত্তৰ- ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।
প্ৰশ্ন- ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন? 
উত্তৰ- ৰতন থিয়াম 
প্ৰশ্ন- অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য 'তামোল' শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?
উত্তৰ- অষ্ট্ৰিক জাতি
প্ৰশ্ন - ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?
উত্তৰ নীলা বাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)