২৭ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭ তম দিন।বছৰ শেষ হ'বলৈ ৩৩৮ দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ২০০২ চনত নাইজেৰিয়াৰ লেগ'ছ চহৰত সামৰিক স্থাপনাৰ বিস্ফোৰণত ১,১০০ জন নিহত হয় আৰু প্ৰায় ২০,০০০ লোক গৃহহাৰা হয়।
২/আজিৰ দিনটোতে এজন ব্ৰিটিছ বিৰোধী বিপ্লৱী তিতুমীৰ ১৭৮২ চনত জন্ম হয়।
৩/ আজিৰ দিনটোতে ১৮১৪ চনত এজন জাৰ্মান দাৰ্শনিক ইয়োহান গটলিব ফিকটেৰ মৃত্যু হয়।
৪/আজিৰ দিনটোতে ১৯৩৪ চনত এডিট ক্ৰছ ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী হয়।
৫/ আজিৰ দিনটোতে ১৯০৫ চনত আবুল হাছিম ভাৰত উপমহাদেশৰ প্ৰখ্যাত বঙালী ৰাজনীতিবিদ।
সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব