আজিৰ দিনটোৰ বিশেষত্ব~১১ জানুৱাৰী

©Admin
0

১১ জানুৱাৰী (ইংৰাজী11 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৪ টা দিন (অধিবৰ্ষত ৩৫৫টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা     

১)১৬৯৩ খৃঃ - ইটালীৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ ৷

২)১৮৭৯ খৃঃ - দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত ।

৩)১৯৭৩ খৃঃ - ৰাহুল দ্ৰাৱিড়, "দ্য ৱাল" নামে খ্যাত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন অধিনায়ক ।

৪)২০০৮ খৃঃ - এডমাণ্ড হিলাৰী, বিশ্বৰ সৰ্ব্বোশ্ব শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰা পৃথিৱীৰ প্ৰথম দুজন ব্যক্তিৰ ভিতৰত অন্যতম ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)