জীৱন | প্ৰতিভা ফুকন

0
কি জীৱন এইটো মোৰ!
য'ত আছে মাথোঁ ক্ষন্তেকীয়া সুখ।
প্ৰতিটো হাঁহিৰ মাজতেই আছে , 
হৃদয় ভাগি যোৱা একো একোটা জীয়া কাহিনী।
জীয়া যান্ত্ৰনাত ওমি ওমি জ্বলি থকা একুৰা বিষাদৰ জুই।
নাজানোঁ কেতিয়া শেষ হ'ব সেই আধা লিখি থোৱা,
মোৰ জীয়া যান্ত্ৰনাৰ শেষ কাহিনী।
মাথোঁ অপেক্ষা সেইদিনটোলৈ, যʼত থাকিব হাজাৰটা আপোন মানুহ।
সেই হাজাৰটা উত্তৰবিহীন প্ৰশ্ন?
      
                         
                    ✍🏻প্ৰতিভা ফুকন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)