আত্মহত্যা-নীলপ্ৰতিম বৰা

অনিৰ্বাণ আৰু অংকিতাৰ ১৪বছৰীয়া পুৰণি প্ৰেম
অংকিতাৰ উকীল ককায়েকে কোম্পানীত চাকৰি কৰা দুখীয়াঘৰৰ  ল'ৰা অনিৰ্বাণক বহুত অপমান কৰে আৰু অংকিতাক ধনী ঘৰত বিয়া দিয়ে । 
অপমান আৰু নিজৰ প্ৰেমিকাক হেৰুৱাৰ দুখত অনিৰ্বাণে আত্মহত্যা পথ বাছি লয় ।

Post a Comment

Previous Post Next Post