১)ড৹ ভূপেন হাজৰিকাই জন্ম পোৱা শদিয়াৰ গিওখনৰ নাম কি?
উত্তৰ: অকা গাওঁ ৷
২) ভূপেন হাজৰিকাই চিৰাজ ছবিখনত কিহৰ ভাও দিছিল?
উত্তৰ: অনিল ৷
৩) কোনখন ছবিৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে?
উত্তৰ: চামেলি মেমচাব , ১৯৭৫ চন ৷
৪)কিমান চনত ড৹ হাজৰিকাৰ লটি ঘটি চিনেমা চিত্রগৃহলৈ আহে?
উত্তৰ: ১৯৬৬ চনৰ ২৫ নৱেম্বৰ ৷
৫) মহাকবি কালিদাসৰ অভিজ্ঞানম্ শকুন্তলম্ ৰ আধাৰত ড৹ হাজৰিকাই নিৰ্মান কৰা চিনেমাখনৰ নাম কি?
উত্তৰ: শকুন্তলা ৷