লক্ষ্য~জয়াশ্ৰী বৰ্মন

0
যাত্ৰা কৰিছো এটি
       অন্তহীন পথেৰে,
নাজানো ক'ত হ'ব
       ইয়াৰ সমাপ্তি
বুকুত হেজাৰ সপোনৰ
       বোজা কঢ়িয়াই
পাৰিম জানো সপোনবোৰ
       দিঠক কৰিবলৈ?
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)