উত্তৰ:- আকবৰ।
(২) জাহাংগীৰৰ পিতৃ কোন আছিল?
উত্তৰ:- আকবৰ।
(৩) জাহাংগীৰে কিমান চনত ৰজা হৈছিল?
উত্তৰ:- ১৬০৫ চনত।
(৪) জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:- তুজুক ই জাহাংগীৰ।
(৫) জাহাংগীৰৰ সমাধিক্ষেত্ৰ ক'ত আছে?
উত্তৰ:- লাহোৰত।
(৬) ছাহজাহানৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- জাহাংগীৰ।
(৭) ছাহজাহানে কিমান চনত সিংহাসনত বহিছিল?
উত্তৰ:- ১৬২৮ চনত।
(৮) তাজমহল কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ছাহজাহানে।
(৯) তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল?
উত্তৰ:- মমতাজ।
(১০) লালকিল্লা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ছাহজাহানে।
(১১) ছাহজাহানৰ সমাধিক্ষেত্ৰ ক'ত আছে?
উত্তৰ:- আগ্ৰা।
(১২) ছাহজাহানৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:- ১৬৬৬ চনত।
(১৩) কাৰ ৰাজত্ব কালত মোগলৰ কলা-সংস্কৃতিৰ বিস্তাৰ বহলভাৱে হৈছিল?
উত্তৰ:- ছাহজাহান।
(১৪) ঔৰংগজেৱৰ পিতৃৰ নাম কি আছিল?
উত্তৰ:- ছাহজাহান।
(১৫) শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ ৰজা কোন আছিল?
উত্তৰ:- ঔৰংগজেৱ।
(১৬) আলমগিৰ নামা কোনে লিখিছিল?
উত্তৰ:- মুনসিং মিৰ্জা।
(১৭) আইন ই আকবৰী কোনে লিখিছিল?
উত্তৰ:- আবুল ফজল।
(১৮) মোগলৰ শেষ সম্ৰাট কোন আছিল?
উত্তৰ:- বাহাদুৰ ছাহ।
(১৯) প্ৰথম ৰে'ল লাইন কিমান চনত স্থাপিত হৈছিল?
উত্তৰ:- ১৮৫৩ চনত।
(২০) ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়।
(২১) কোনজন গৱৰ্ণৰ জেনেৰেলে দাস প্ৰথা উঠাইছিল?
উত্তৰ:- উইলিয়াম বেনট্ৰিক।
(২২) দ্য লাষ্ট মুগল কিতাপখন কোনে লিখিছিল?
উত্তৰ:- উইলিয়াম ডালৰিমপুল।
(২৩) দাদাভাই নাওৰোজীৰ মতে স্বৰাজ মানে কি?
উত্তৰ:- স্ব-চৰকাৰ।
(২৪) ইষ্ট ইণ্ডিয়া এছ'চিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- দাদাভাই নাওৰোজীয়ে।
(২৫) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- মুম্বাইত।
(২৬) বেঙ্গল বিভাজন কিমান চনত হৈছিল?
উত্তৰ:- ১৯০৫ চনৰ ১৫ অক্টোবৰত।
(২৭) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম জন মুছলিম সভাপতি কোন আছিল?
উত্তৰ:- বদৰুদ্দিন টায়াবজি।
(২৮) কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপিত হৈছিল?
উত্তৰ:- ১৮৮৫ চনত।
(২৯) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰ:- এনি বেছাণ্ট।
(৩০) মহাত্মা গান্ধীৰ জন্ম কোন চনত হৈছিল?
উত্তৰ:- ২ অক্টোবৰ,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ