Home আজিৰ দিনটোৰ বিশেষত্ব ০৬ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো ০৬ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো personRinku Rajowar February 06, 2022 0 share (ইংৰাজী: 6 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন (অধিবৰ্ষত ৩২৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -জন্ম ১৯৪৫ - বব মাৰ্লে, জামাইকান শিল্পী, গীটাৰ বাদক, গীতিকাৰ।১৯৭১ - ব্ৰেড হগ, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ।১৯৮৩ - এছ. শ্ৰীশান্ত, ভাৰতীয় ক্ৰিকেটাৰ।১৯৮৬ - ব্ৰেণ্ডন টেলৰ, জিম্বাবয়েৰ ক্ৰিকেটাৰ। Tags আজিৰ দিনটোৰ বিশেষত্ব Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ