(ইংৰাজী: 6 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন (অধিবৰ্ষত ৩২৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম
- ১৯৪৫ - বব মাৰ্লে, জামাইকান শিল্পী, গীটাৰ বাদক, গীতিকাৰ।
- ১৯৭১ - ব্ৰেড হগ, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ।
- ১৯৮৩ - এছ. শ্ৰীশান্ত, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৮৬ - ব্ৰেণ্ডন টেলৰ, জিম্বাবয়েৰ ক্ৰিকেটাৰ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব