প্ৰৱঞ্চনা | যমুনা বৈশ্য

©Admin
0
সময় গৈ থাকে । বিশ্বাসে যেতিয়া অন্তৰত বিষাদ সানে তেতিয়া অদৃশ্য হৈ থকা সেই শক্তিয়ে সময়ত যে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিব মমীয়ে ভাল দৰে উপলব্ধি কৰিলে । যাৰ হাতোৰত বন্দী হৈ চলি থাকে জীৱন চক্ৰ । তাইৰ পুৰণি বান্ধৱীয়ে খবৰ দিলে - মমীক প্ৰৱঞ্চনা কৰা মানসৰ চৰিত্ৰ পেপাৰত ওলাল । ধৰ্ষণৰ বাবে গ্ৰেপ্তাৰ হৈছে । তাৰ স্মৃতি তাই সিদিনাই কবৰ দিছিল ।‌ আত্মবিশ্বাসৰ বাবে তাই কিমান দুখ পাইছিল !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)