মহৎ লোকৰ বাণী

©Admin
0
∆"উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত জীৱনব্যাপি সাধনা নহʼলে ওখ খাপৰ সাহিত্যৰ সৃষ্টি হোৱা টান।"
          --- কৃষ্ণকান্ত সন্দিকৈ
∆"মানুহৰ জন্ম সাৰ্থক হৈ উঠিব যদিহে মানুহে মানুহক মৰমৰ চকুৰে চায়।"
           --- চন্দ্ৰকুমাৰ আগৰৱালা।
∆"ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে।"
          ---জ্যোতিপ্ৰসাদ আগৰৱালা।
∆"ছাত্ৰ অৱস্থাত জাতীয়তাৰ দ্বাৰা অনুপ্ৰাণিত হʼব নোৱাৰিলে ছাত্ৰ জীৱন ব্যৰ্থ।"
          ---তৰুণৰাম ফুকন।
∆"কবিতা যেন ৰসায়নসিক্ত এডাল সূতাৰ পৰা ওলমি থকা আঙুঠি। সূতাডাল পুৰি পেলোৱাৰ পিছতো ওলমি থাকিব পৰা যাদুবিদ্যাৰ আঙুঠি।"
           ---নৱকান্ত বৰুৱা।
  
  সংগ্ৰহঃকুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)