আবেদন - সবিতা দাস

Aditi Tanti
0
টিউচনৰ পৰা আহিলি ?তোক চাবলৈ ধনী ঘৰৰ ল'ৰা এজন আহিছিলে বোলে !কালি মায়েৰাই ক'লে । তই বিয়াত বহিবলৈ মান্তি নহ'লি বুলি ক'লে । পিছে তই অমান্তি কিয় হ'লি ?

:এতিয়া বিয়াত বহিবলৈ মন নাই ,খুৰী ।
             একে উশাহতে ওচৰেৰে খুৰীয়েকে কোৱা কথাখিনিৰ উত্তৰ ৰিয়াই এটা বাক্যতে দি খৰখেদাকৈ ঘৰলৈ খোজ দিলে ‌।
       
                ধনী ঘৰৰ ভদ্র ল'ৰাজনক তাই কিয় নাকচ কৰিলে সেয়া সকলোৰে প্রশ্ন । পিছে তাই উত্তৰটোহে দিবলৈ প্রস্তুত নহয় । কেনেকৈ ক'ব ল'ৰাই যে সম্পৰ্কীয় মাহীয়েকৰ হাতত বিবাহ প্রাৰ্থীৰ এখন আবেদন দি পঠিয়াইছিল। যিখন আবেদন পূৰ কৰি বিবাহৰ চাকৰি কৰিবলৈ তাই কোনোদিনেই আগ্ৰহী নহয় ।
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)