Homeকবিতা সেমেকা ৰাতি-কুঁহিস্মিতা বৰা February 23, 2022 0 বিষণ্ণ ৰাতিৰ ফুল এপাহ দিবিষাদৰ তৰাফুল ফুলাইগুচি গ'লা তুমিহাতত এমুঠি কুঁৱলী লৈশীতৰ সেই সেমেকা ৰাতি।✍️কুঁহিস্মিতা বৰাবোকাখাত। Tags: কবিতা কুঁহিস্মিতা বৰা