সেমেকা ৰাতি-কুঁহিস্মিতা বৰা

0
বিষণ্ণ ৰাতিৰ ফুল এপাহ দি
বিষাদৰ তৰাফুল ফুলাই
গুচি গ'লা তুমি
হাতত এমুঠি কুঁৱলী লৈ
শীতৰ সেই সেমেকা ৰাতি।

✍️কুঁহিস্মিতা বৰা
বোকাখাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)