আজিৰ দিনটোৰ বিশেষত্ব-৮ ফেব্ৰুৱাৰী

©Admin
0
ফেব্ৰুৱাৰী (ইংৰাজী8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১)২০০৫ চনৰ আজিৰ দিনটোত গুগল মেপ্‌চৰ আৰম্ভণি কৰা হৈছিল।
২)১৮২৮ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ কবি, সাহিত্যিক আৰু চিত্ৰনাট্য লেখক জুল ভাৰ্ণেৰ জন্ম হৈছিল 
৩)১৮৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৩য় প্ৰধানমন্ত্ৰী, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা জাকিৰ হুছেইনৰ জন্ম হৈছিল 
৪)১৯৪১ চনৰ ভাৰতৰ বিখ্যাত গায়ক-গীতিকাৰ জগজিৎ সিঙৰ জন্ম হৈছিল 
৫)২০১৭ চনৰ আজিৰ দিনটোত ইংলেণ্ডৰ ন'বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক পিটাৰ মেন্সফিল্ডৰ মৃত্যু হৈছিল 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)