সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/ অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ-১৬৯৪ চনত।

২/পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ-১৯০১ চনৰ পৰা।

৩/টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল?
উত্তৰ-১৮৬৬ চনত।

৪/অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ-১৯১৭ চনত।

৫/আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কেতিয়া স্হাপিত হৈছিল?
উত্তৰ-১২৫৩ চনত।

৬/অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?
উত্তৰ-১৯৫৮ চনত।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)