সাধাৰণ জ্ঞান- কুইজ

১/ অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ-১৬৯৪ চনত।

২/পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ-১৯০১ চনৰ পৰা।

৩/টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল?
উত্তৰ-১৮৬৬ চনত।

৪/অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ-১৯১৭ চনত।

৫/আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কেতিয়া স্হাপিত হৈছিল?
উত্তৰ-১২৫৩ চনত।

৬/অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?
উত্তৰ-১৯৫৮ চনত।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post