লোভ-অংশুমান ভূঞা

0
 উপাৰ্জনৰ অংক বাঢ়ি বাঢ়ি কাহানিবাই লাখৰ ঘৰ চুলে।
       ৰুগীয়া দেহটোৱে খাব নোৱৰা খাদ্যৰ তালিকাখনো বাঢ়ি গৈ থাকিল।
       বছৰি সীমাৰ বেৰখনো এহাত এহাতকৈ বাঢ়ি আগুৱাই আহি থাকিল।

◼️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)