২৫ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

২৫ ফেব্ৰুৱাৰী (ইংৰাজী: 25 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৬তম (অধিবৰ্ষত ৫৭তম) দিন। বছৰ শেষ হ'বলৈ ৩০৯ দিন বাকী থাকে।

🔶২০০১ - আজিৰ দিনটোতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ মৃত্যু।

🔶১৯৭১ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ মৃত্যু ।





Post a Comment

Previous Post Next Post