১৭ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
১৭ ফেব্ৰুৱাৰী (ইংৰাজী: 17 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৪৮তম (অধিবৰ্ষত ৪৯তম) দিন। বছৰ শেষ হ'বলৈ ৩১৭ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-


 ১/ আজিৰ দিনটোতে ১৯৮৪ চনত  আব্ৰাহাম বেঞ্জামিন ডে ভিলিয়াৰ্ছৰ জন্ম, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ।
২/ আজিৰ দিনটোতে ১৯৯১ চনত এড শ্বীৰনৰ জন্ম, ইংৰাজী গায়ক, গীতিকাৰ, গীতাৰবাদক আৰু প্ৰযোজক।
৩/ আজিৰ দিনটোতে ৩৬৫ – জভিয়ানৰ মৃত্যু , ৰোমান সম্ৰাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)