বঁটাৰ যোগ্যতা | হেমেন হাজৰিকা

Rinku Rajowar
0
বিবেকা হাজৰিকাই ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা বাতৰিটোত কিছু সংখ্যকে সহজ ভাবে ল'ব পৰা নাই । তেওঁলোকৰ মতে ওপৰত মেনেজ কৰি বঁটাটো আনিছে । তেখেতেও আৰু এনে বঁটা....... 
    ইফালে আকৌ আন এচাম লুভীয়াই তেখেতক সমৰ্থন কৰি আনন্দত মতলীয়া হৈ খানা খাবলৈ উঠি পৰি লাগিছে । কিমান যে প্ৰসংশা । মিডিয়াৰটো কথাই নাই । একক দুই আৰু দুইক চাৰি কৰি বাতৰি পৰিবেশন কৰিছে ।
    কিন্তু নিৰপেক্ষ চামে জানে তেওঁৰ যোগ্যতা । দৰাচলতে প্ৰকৃত কথাটো কি ? তেওঁ বাৰু এই প্ৰকাৰৰ বঁটাটোৰ বাবে সচায়ে যোগ্যনে ? তেওঁ সপ্তাহত কিমান দিন কৰ্তব্যত উপস্থিত থাকে সকলোৱে জানে । বাতৰি ওলাইছে তেওঁ বোলে কোনো দিন কৰ্তব্যত অনুপস্থিতেই নাই ।
        সচেতন মহলে মন্তব্য কৰিছে যোগ্যজনে কিবা এটা পালে সকলোৰে মৰ্যাদা অটুত থাকে ।
     
🔳 হেমেন হাজৰিকা
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)