ফাগুনৰ বতাহ-ছাইফুদ্দিন আহমেদ

বৰ অবুজ অবাধ্য 
শিমলু তুলাৰ 
কি যে নাচোন !
তাকে দেখি 
সৰাপাতৰ উচুপনি, 
নিলাজ ফাগুনৰ 
বলিয়া বতাহজাক
বে- আইনী নিষিদ্ধ 
ঘোষিত হওঁক আজি ৷৷


Post a Comment

Previous Post Next Post