পিতাই-ৰুমী কলিতা দত্ত

অ" মা তুমিযে আলু দোকানৰ পৰা আনিলাগৈ আমাৰ ঘৰত কৰাবিলাক খান্দিবৰ হোৱা নাই নেকি ?
মীনাক্ষীয়ে দোকানৰ বস্তুবোৰ পাকঘৰতে সামৰি থৈ ওলাই আহি ক'লেহি --
হেৰৌ দেউতাৰে খেতি কৰি অকল আমাকেই পোহ-পাল দিবনে ? বাঁহনিত থকা বান্দৰজাক, বিৰিখত থকা পক্ষীজাক আৰু মাটিৰ তলৰ সেইজাকটো !
আজি খান্দিবলৈ গৈহে দেখিলোঁ শাৰীটোৰ সৰহভাগ আলু সুৰংগ খান্দি সাঁচি থলেগৈ চন্দুকত থোৱাৰ দৰে ।


          

Post a Comment

Previous Post Next Post