১) ফ্লিপকার্ট কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ২০০৭ চনৰ অক্টোবৰ মাহত ৷
২) ফেচবুক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী ৷
৩) টুইটাৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ২০০৬ চনৰ ২১ মাৰ্চ ৷
৪) আমাজন কেতিয়া প্ৰতিষ্ঠা কৰা হয়?
উত্তৰ : ১৯৯৪ চনৰ ৫ জুলাই ৷
৫) মাইক্রচফ্ট কোনচনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ : ১৯৭৫ চনৰ ৪ এপ্ৰিল ৷