সাধাৰণ জ্ঞান-কুইজ

১) ফ্লিপকার্ট কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?  
উত্তৰ : ২০০৭ চনৰ অক্টোবৰ মাহত ৷ 
২) ফেচবুক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী ৷ 
৩) টুইটাৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?  
উত্তৰ : ২০০৬ চনৰ ২১ মাৰ্চ ৷ 
৪) আমাজন কেতিয়া প্ৰতিষ্ঠা কৰা হয়?  
উত্তৰ : ১৯৯৪ চনৰ ৫ জুলাই ৷ 
৫) মাইক্রচফ্ট কোনচনত প্ৰতিষ্ঠা কৰা হৈছিল?  উত্তৰ : ১৯৭৫ চনৰ ৪ এপ্ৰিল ৷ 

Post a Comment

Previous Post Next Post