২২ ফেব্ৰুৱাৰী (ইংৰাজী: 22 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৩তম (অধিবৰ্ষত ৫৪তম) দিন। বছৰ শেষ হ'বলৈ ৩১২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১)১৯১৪ চনৰ আজিৰ দিনটোত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল ৷
২)গুৰুজী বুলি খ্যাত অসমৰ বিশিষ্ট চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যু (২০১৫)
Tags:
আজিৰ দিনটোৰ বিশেষত্ব