আজিৰ দিনটোৰ বিশেষত্ব-২২ ফেব্ৰুৱাৰী

২২ ফেব্ৰুৱাৰী (ইংৰাজী22 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৩তম (অধিবৰ্ষত ৫৪তম) দিন। বছৰ শেষ হ'বলৈ ৩১২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১)১৯১৪ চনৰ আজিৰ দিনটোত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল ৷ 

২)গুৰুজী বুলি খ্যাত অসমৰ বিশিষ্ট চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যু (২০১৫)

Post a Comment

Previous Post Next Post