ডাৱৰ -গীতাঞ্জলি কলিতা

দুখবোৰৰ লগত থাকোতে 
সুখ বোৰৰ অনুভৱ 
পাহৰি আছিলোঁ ।
ডাৱৰ বোৰ গ'ল আতৰি ।
 সুখবোৰক লগ পালোঁ,
সত্যক কৰিলোঁ সাৰথি ,
নতুনকৈ সজ্জ্বিবিত হৈ 
আকাশ চুই পালোঁ ।
এতিয়া মোৰ সুখেই সুখ !

         

Post a Comment

Previous Post Next Post