Homeকবিতা ডাৱৰ -গীতাঞ্জলি কলিতা February 14, 2022 0 দুখবোৰৰ লগত থাকোতে সুখ বোৰৰ অনুভৱ পাহৰি আছিলোঁ ।ডাৱৰ বোৰ গ'ল আতৰি । সুখবোৰক লগ পালোঁ,সত্যক কৰিলোঁ সাৰথি ,নতুনকৈ সজ্জ্বিবিত হৈ আকাশ চুই পালোঁ ।এতিয়া মোৰ সুখেই সুখ ! Tags: কবিতা গীতাঞ্জলি কলিতা