🔶ফেব্ৰুৱাৰী (ইংৰাজী: 11 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৩টা দিন (অধিবৰ্ষত ৩২৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা ...
🔶২০১৬ চনৰ আজিৰ দিনটোত লিগ' আৰু ভাৰগ'ৰ বৈজ্ঞানিকৰ সহযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা বুলি ঘোষণা কৰা হৈছিল।
🔶১৯৭৭ চনৰ আজিৰ দিনটোটেই ফখৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম গৰাকী ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছিল ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব