১১ ফেব্রুৱাৰী ইতিহাসত আজিৰ দিনটো

0
🔶ফেব্ৰুৱাৰী (ইংৰাজী: 11 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৩টা দিন  (অধিবৰ্ষত ৩২৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা ...

🔶২০১৬ চনৰ আজিৰ দিনটোত  লিগ' আৰু ভাৰগ'ৰ বৈজ্ঞানিকৰ সহযোগিতাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষভাৱে মহাকৰ্ষণিক তৰংগ পৰ্যবেক্ষণ কৰা বুলি ঘোষণা কৰা হৈছিল।

🔶১৯৭৭ চনৰ আজিৰ দিনটোটেই  ফখৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম গৰাকী ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছিল ।   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)