১)অসমত কেইটা ৰাষ্ট্ৰীয় পথ আছে?
উঃ তিনিটা। ৩১ নং ৩৭ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় পথ।
২)অসমৰ সহযােগী ৰাজ্যিক ভাষা দুটা কি কি?
উঃ বঙালী আৰু বড়াে।
৩) অসম ক্ৰিকেট এছচিয়েছন কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উঃ ১৯৪৭ চনৰ ৩০ নৱেম্বৰ ৷
৪) গুৱাহাটীলৈ অহা প্রথমজন খ্ৰীষ্টান মিছনেৰী কোন আছিল?
উঃ জেমছ ৰে ৷
৫) ১৯৫০ চনত সম্পূৰ্ণ ৰূপে ধ্বংস হোৱা অসমৰ নগৰ খনৰ নাম কি আছিল?
উঃ শদিয়া