সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Aditi Tanti
0
(১) পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰী জনৰ নাম কি?
= ছাৰ ৰবাৰ্ট ৱালপ'ল।
(২) পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰী জন কোন দেশৰ 
নাগৰিক আছিল
= গ্ৰেট ব্ৰিটেইনৰ 
(৩) বিশ্বৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল?
= মাৰিয়া ইছাবেল পেৰোন।
(৪) পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকী  কোন আছিল?
= শ্ৰীমতী চিৰিমাভো বন্দৰনাকে 
(৫) বিশ্বৰ উচ্চতম অট্টালিকাটোৰ নাম কি?
= বুৰ্জ খলিফা 
(৬) বিশ্বৰ  সৰ্বাধিক প্ৰচলিত বাতৰি কাকত খন কি?
= য়োমিউৰি শ্বিমবুন 
(৭) পৃথিৱীৰ ক্ষুদ্ৰতম মাছটোৰ নাম কি? 
= পেডোচাইপ্ৰিছ প্ৰ'জেনিটিকা
(৮) কোনখন দেশৰ  সংবিধান পৃথিৱীৰ দীৰ্ঘতম সংবিধান?
= ভাৰত 
(৯) স্বামী বিবেকানন্দই অংশগ্ৰহণ কৰা বিশ্বধৰ্মৰ প্ৰসিদ্ধ সভাখন ক'ত অনুষ্ঠিত হৈছিল?
= চিকাগোত 
(১০) বিশ্বত সৰ্বপ্ৰথম  ছাতিৰ ব্যৱহাৰ কোনখন দেশে কৰিছিল?
= চীন দেশে
(১১) পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখনৰ নাম কি ?
= টকিঅ'
(১২) মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম মহিলা গৰাকী কোন?
= জুনকো টাবেই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)