মানৱতা যেন লুপ্ত!~অণুগল্প-সমুজ্জ্বল ডেকা

©Admin
0
উঠাত ব্যস্ত। এনেতে বৃদ্ধ এজনৰ লাখুটিডাল হাতৰ পৰা সৰি পৰাত বৃদ্ধ ব্যক্তিজনে কাষত ফটো উঠি থকা মানুহ কেইজনক লাখুটিডাল তুলি দিবলৈ কোৱাত ফটো উঠাৰ চখত কথাষাৰ শুনিও কোনেও নুশুনাৰ ভাও দিছিল... পিছত বৃদ্ধজনৰ হাতৰ পৰা লাখুটিডাল সৰি পৰাৰ বাবেই দুখোজ দিওঁতেই নৈৰ পানীত পৰি বৃদ্ধজনৰ মৃত্যু ঘটিল!!

✍️সমুজ্জ্বল ডেকা
ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)