আজিৰ দিনটোৰ বিশেষত্ব-৯ মাৰ্চ

মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন। আজিৰ দিনটোৰ কেইটা উল্লেখযোগ্য ঘটনা-

১/১৯৫১ চনত ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ তবলা বাদক জাকিৰ হুছেইনৰ জন্ম।

২/১৯৮১ চনত নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী মেক্স ডেলবুৰ্কৰ মৃত্যু।

Post a Comment

Previous Post Next Post