মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন। আজিৰ দিনটোৰ কেইটা উল্লেখযোগ্য ঘটনা-
১/১৯৫১ চনত ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ তবলা বাদক জাকিৰ হুছেইনৰ জন্ম।
২/১৯৮১ চনত নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী মেক্স ডেলবুৰ্কৰ মৃত্যু।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব