২৫ মাৰ্চ- ইতিহাসত আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0

২৫ মাৰ্চ (ইংৰাজী মাহ ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮৪ তম (অধিবৰ্ষত ৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

🔶১৮৬২ চনত আজিৰ দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয়।

🔶১৮৯৬ - আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণপদক প্ৰদান কৰা হয় ।

🔶১৯৪০ - অসমীয়া  সাহিত্যিক তথা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মৃত্যু হৈছিল আজিৰ দিনটোতে ।

🔶২০১৫ - অভিনেতা ইন্দ্ৰ বণিয়াৰ মৃত্যু হয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)