২৭ মাৰ্চ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
⭕আজি বিশ্ব থিয়েটাৰ দিৱস। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল।

⭕১৯১৫ - পুষ্পলতা দাসৰ জন্ম। তেখেত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী আছিল। (মৃত্যু: ২০০৩)

⭕১৯৬৮ চনৰ আজিৰ দিনটোতে য়ুৰি গেগেৰিনৰ মৃত্যু, ৰুছ দেশৰ ইউৰি গেগৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।

⭕২০১৭ - অৰুণ শৰ্মাৰ মৃত্যু। তেখেত একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল।

সংগ্ৰাহকঃ ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)