উত্তৰ : বিজয় চৌধুৰী।
২) প্ৰশ্ন : ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰ খন কি?
উত্তৰ : পিয়লি ফুকন।
৩) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন?
উত্তৰ : প্ৰতাপ বৰুৱা।
৪) প্ৰশ্ন : নটসূৰ্য ফণী শৰ্মাই ‘জয়মতী’ চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল?
উত্তৰ : চাউদাং বৰুৱা।
৫) প্ৰশ্ন : ড° ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?
উত্তৰ : মাহুত বন্ধুৰে।
৬) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?
উত্তৰ : জয়মতী।
৭) প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
উত্তৰ : আইদেউ সন্দিকৈ।
৮) প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?
উত্তৰ : ইটো সিটো বহুতো।
৯) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন?
উত্তৰ : প্ৰমথেশ বৰুৱা।
১০) প্ৰশ্ন : জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোন খন চলচ্চিত্ৰই ২০০২ চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে?
উত্তৰ : কণিকাৰ ৰামধেনু।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ