১৫ মাৰ্চ (ইংৰাজী: 15 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১)১৯৯৩ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী আলিয়া ভট্টৰ জন্ম হৈছিল।
২)১৯৭৮ চনৰ আজিৰ দিনটোত বিখ্যাত ঢোল বাদক মঘাই ওজাই ইহলীলা সম্বৰণ কৰিছিল।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব