আজিৰ দিনটোৰ বিশেষত্ব-১৫ মাৰ্চ

১৫ মাৰ্চ (ইংৰাজী15 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১)১৯৯৩ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী আলিয়া ভট্টৰ জন্ম হৈছিল।

২)১৯৭৮ চনৰ আজিৰ দিনটোত বিখ্যাত ঢোল বাদক মঘাই ওজাই ইহলীলা সম্বৰণ কৰিছিল।

    Post a Comment

    Previous Post Next Post