জীৱন এক যাত্রা | লাকী দুৱৰা

0
সপোনবোৰে কেতিয়াবা
উৰি উৰি ডেউকাৰ 
পাখি ভাঙে ...
আশাহত ঠিকনাত 
গোট মাৰে সময়বোৰ ...
ভাৱনাৰ সাগৰত ঢৌ খেলি-খেলি ,
মনৰ বনত উৰি ফুৰে 
এজাক নিসংগ পক্ষী !


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)