কেনেকৈ বুজাও

©Admin
0
অব্যক্ত কথাবোৰ ব্যক্ত নকৰি,
ব্যক্তিগত ভাৱে ৰাখিলোঁ ।
বুজিয়েই পোৱা নাই,
মই বুজাও কেনেকৈ ?
ঢুকিয়েই পোৱা নাই,
দুখবোৰ ঢাকো কেনেকৈ ?
ইচ্ছা থকা স্বত্বেও ইচ্ছাবোৰ,
ইচ্ছাকৃত ভাৱে প্ৰকাশ কৰা নাই ।
মন আছে বাবেইটো আজিও
মানসিক অশান্তিত ভুগিছো।
সুখী হ'ব নোৱাৰিলে ও
সুখী হোৱাৰ অভিনয় কৰিছোঁ ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)