০৬ মাৰ্চ ইতিহাসহত আজিৰ দিনটো

Rinku Rajowar
0
(১) ১৭১২ চনৰ আজিৰ দিনটোতে নিউয়ৰ্ক চহৰত দাস বিদ্ৰোহ  আৰম্ভ হৈছিল।
(২) ১৮০৮ চনৰ আজিৰ দিনটোতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰথম মহাবিদ্যালয় অৰকেষ্ট্ৰা স্থাপন কৰা হৈছিল।
(৩) ১৮৮৬ চনৰ আজিৰ দিনটোতে নাৰ্চসকলৰ প্ৰথম পত্ৰিকা নাইটিংগেল  প্ৰকাশিত হৈছিল।
(৪) ১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ দেশসমূহৰ সৈতে লগলাগি বাৰ্লিনত যথেষ্ট বোমা বৰ্ষণ কৰিছিল।
(৫) ১৯৮৩ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰত প্ৰথমটো ফুটবল লীগ  স্থাপন কৰা হৈছিল।
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে  আলজেৰিয়াত এখন  বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১০২ জনতকৈও অধিক যাত্ৰীৰ মৃত্যু হৈছিল।
(৭) ২০০৪ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াই দেশত কোনো ধৰণৰ ইউৰেনিয়াম আধাৰিত কাৰ্যসূচী হোৱাটো  অস্বীকাৰ কৰিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)