মৃত্যু | ধৃতাশ্ৰী বৰ্মন

Rinku Rajowar
0
কল্পনা নে বাস্তৱ?
এটি শব্দৰ ভয়..
মৃত্যু!!
কিন্তু আজি স্বীকাৰ কৰিছোঁ
মৃত্যু এক শিল্প। 

দুচকুৰ আগত এটি জীৱৰ মৃত্যু 
নোৱাৰো অনুভৱ কৰিবলৈ,
তথাপিও মানি লৈছোঁ
মৃত্যু এক শিল্প। 

কষ্টকৰ সময়বোৰ
উশাহবোৰ চুটি হৈ আহিছে, 
সেই মূহুৰ্ত, 
সেই পল।
হয়, 
মৃত্যু এক শিল্প। 

            ✍ধৃতাশ্ৰী বৰ্মন,
                    নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)