দৈনিক জীৱনৰ কিছুমান সামগ্ৰীৰ আবিস্কাৰক

©Admin
0
প্ৰশ্ন : ১) ফাউণ্টেন পেন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ লিউৱিচ ই ওৱাটোৰমেন (আমেৰিকা)।

প্ৰশ্ন : ২) ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন গুটেনবাৰ্গ (জাৰ্মানী)।

প্ৰশ্ন : ৩) ৰেলইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জৰ্জ ষ্টিফেনচ্‌ন (ইংলেণ্ড)।

প্ৰশ্ন : ৪) জীৱ বিৱৰ্তন তত্ত্ব ৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ্লচ ডাৰউইন (ইংলেণ্ড)।

প্ৰশ্ন : ৫) টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলেকজেণ্ডাৰ গ্ৰাহামবেল (স্কটলেণ্ড)।

সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)