Home প্ৰিয়ংকা দত্ত আধৰুৱা সপোন | প্ৰিয়ংকা দত্ত আধৰুৱা সপোন | প্ৰিয়ংকা দত্ত person©Admin March 05, 2022 0 share সপোন ভাঙিলে বুকুখন বিন্ধে, উশাহবোৰো খুব জোৰত, হৃদয়ৰ কোববোৰ আবেষ্টনীবোৰ যেন তিক্ত, তেজবোৰ শৰীৰত গোট মাৰে, তথাপিওঁচোন সপোনবোৰ দেখোআধৰুৱা হ'লেও, জীৱনেও কয় আধৰুৱা সপোনৰো এক আৱেগ, প্ৰশ্ৰয় থাকে ঠিক পাই হেৰুৱাবোৰৰ দৰে।। Tags কবিতাপ্ৰিয়ংকা দত্ত Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ