ভাবাবেগ | যদুমণি গগৈ

©Admin
0
ভাবাবেগে জীৱন ধাৰা
সলনি কৰি প্ৰেৰণা যোগায়
মহান কাম কৰা।

ভাবাবেগ আধিক্যই
বিষময় কৰে জীৱন
বিপৰীত প্ৰতিক্ৰিয়াই
সমাজ নেতৃত্বৰ শিক্ষা দিয়ে।

ৰত্নাকৰ ভাবাবেগত বাল্মিকী হয় ।

নিয়ন্ত্ৰণাধীন হ'লে
মানুহে মানুহক পগলা কয়।

গৰীৱ কৃষকৰ দেহত কৌপিন বস্ত্ৰ দেখি নিজে কৌপিন পিন্ধিলে মহামানৱে।

ভাবপ্ৰৱণ জীৱন
সৃষ্টিৰ মন
মনক মহৎ সৃষ্টিৰ দিশে তাড়িত কৰে  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)