বেদনা

©Admin
0
তোমাক প্ৰাণ খুলি ভাল পাইছিলোঁ  
হয়তো জীৱনৰ মোৰ এটা ডাঙৰ ভুল , 
তোমাক হেৰুৱাৰ যন্ত্ৰনা কিমান 
সেইটো হয়তো তুমি নুবুজিবা ।

তুমিটো নতুনক পায় এতিয়া সুখী ন 
এবাৰো মনত নপৰে নে মই কেনেকৈ জীয়াই আছোঁ  ?
এদিন হয়তো বুজিবা  
যিদিনা তোমাক তোমাৰ আপোনবোৰে এৰি যাব
সেইদিনা হয়তো অনুতপ্ত হ'বা
কিমান কষ্টত জীয়াই আছোঁ মই ।

           
✍️গীতাশ্ৰী বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)