বাট

©Admin
0
অঘৰী অনুভৱে
বুকুত কৰাল বান্ধে
মুক্ত হোৱাৰ অপৰাধত
নিতৌ যুদ্ধ কৰে... 
বাট এটাই 
মাজৰাতি কান্দি থাকে
দুভৰিত কাঁইটে বিন্ধে... 
দিন ৰাতিৰ পাৰ্থক্য নুসুধিবা
যেতিয়া দুচকুৰে তামৰঙী 
চকুলো বয়.....


✍️প্ৰিয়ংকা প্ৰিয়া ভূঞা
বঙাইগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)