বাট

অঘৰী অনুভৱে
বুকুত কৰাল বান্ধে
মুক্ত হোৱাৰ অপৰাধত
নিতৌ যুদ্ধ কৰে... 
বাট এটাই 
মাজৰাতি কান্দি থাকে
দুভৰিত কাঁইটে বিন্ধে... 
দিন ৰাতিৰ পাৰ্থক্য নুসুধিবা
যেতিয়া দুচকুৰে তামৰঙী 
চকুলো বয়.....


✍️প্ৰিয়ংকা প্ৰিয়া ভূঞা
বঙাইগাওঁ

Post a Comment

Previous Post Next Post