সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?

উত্তৰ : বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

২) প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?

উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।

৩) প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?

উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

৫) প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?

উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)