অসমীয়া কবিতা : আমি অসমীয়া -চিন্ময় নাথ

Aditi Tanti
0
আমি অসমীয়া নহওঁ দুখীয়া ,
অসমক নিদিওঁ আমি বিদেশী হবলৈ।
অসমৰ জাতি , মাটি-ভেটি নকৰোঁ বিক্ৰী ,
ইমানো নহওঁ দুৰ্ভগীয়া আমি।
এতিয়াও আছে আমাৰ দেহত ,
লাচিতৰ তেজ।
পূৰ্বতে যেনেকৈ জীৱন - মৰণ দি ,
অসম ৰক্ষা কৰিছিল ; তেনেকৈ আমিও কৰিম ৰক্ষা।
এশবাৰ যুজিম আমি অসমীয়াই।।
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)