*️⃣১৯৫১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হয়।
*️⃣১৭৮৯ চনৰ আজিৰ দিনটোতে মার্কিন সংবিধান কার্যকৰী হয় ।
*️⃣১৮৩৬ চনৰ আজিৰ দিনটোতে লর্ড অকল্যান্ড ভাৰতৰ গৰ্বনৰ জেনেৰেল হিচাপে নিযুক্ত হয় ।
*️⃣ ১৯৩১ চনৰ আজিৰ দিনটোতে বন্দি মুক্তি দিৱসত গান্ধী-আৰু উইন চুক্তি স্বাক্ষৰিত হয় ।
*️⃣ ১৯৭৭ চনৰ আজিৰ দিনটোতে ৰোমানিয়াত অহা এক বৃহৎ ভূমিকম্পত প্ৰায় ১৫৪১ জন লোকৰ মৃত্যু হৈছিল।
*️⃣ ২০০২ চনৰ আজিৰ দিনটোতে আফগানিস্তানত হোৱা ভূমিস্খলনৰ বাবে ১৫০ জন লোক নিহত হৈছিল।
*️⃣ ২০০৮ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা পৰিষদে ইৰাণৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপ কৰিছিল।
*️⃣ ২০১২ চনতৰ আজিৰ দিনটোতে ৰাছিয়ান ৰাষ্ট্ৰপতি নিৰ্বাচনত ভ্লাদিমিৰ পুটিনে জয়ী হৈছিল।
*️⃣ ১৭৮৮ চনত আজিৰ দিনটোতে পশ্চিম বংগত কলিকতা গেজেটৰ প্ৰথম প্ৰকাশ লাভ কৰিছিল ।
*️⃣ ২০০৯ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণত "ব্ৰাহ্মোছ মিছাইল"ৰ নতুন সংস্কৰণ পৰীক্ষা কৰা হৈছিল।
সংগ্ৰাহক : ৰিংকু ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ