ইতিহাসৰ পাতত ৪ মাৰ্চৰ দিনটো

©Admin
0
*️⃣ আজি  ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।

*️⃣১৯৫১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হয়।

*️⃣১৭৮৯ চনৰ আজিৰ দিনটোতে মার্কিন সংবিধান কার্যকৰী হয় ।

*️⃣১৮৩৬ চনৰ আজিৰ দিনটোতে লর্ড অকল্যান্ড ভাৰতৰ গৰ্বনৰ জেনেৰেল হিচাপে নিযুক্ত হয় ।

*️⃣ ১৯৩১ চনৰ আজিৰ দিনটোতে বন্দি মুক্তি দিৱসত গান্ধী-আৰু উইন চুক্তি স্বাক্ষৰিত হয় ।

*️⃣ ১৯৭৭ চনৰ আজিৰ দিনটোতে ৰোমানিয়াত অহা   এক বৃহৎ ভূমিকম্পত  প্ৰায় ১৫৪১ জন লোকৰ মৃত্যু হৈছিল।

*️⃣ ২০০২ চনৰ আজিৰ দিনটোতে আফগানিস্তানত হোৱা ভূমিস্খলনৰ বাবে ১৫০ জন লোক নিহত হৈছিল।
   
*️⃣ ২০০৮ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা পৰিষদে ইৰাণৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপ কৰিছিল।
     
*️⃣ ২০১২ চনতৰ  আজিৰ দিনটোতে ৰাছিয়ান ৰাষ্ট্ৰপতি  নিৰ্বাচনত ভ্লাদিমিৰ পুটিনে  জয়ী হৈছিল।

*️⃣  ১৭৮৮ চনত আজিৰ দিনটোতে পশ্চিম বংগত কলিকতা গেজেটৰ প্ৰথম প্ৰকাশ লাভ কৰিছিল ।

*️⃣  ২০০৯ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণত   "ব্ৰাহ্মোছ  মিছাইল"ৰ নতুন সংস্কৰণ পৰীক্ষা কৰা হৈছিল।

সংগ্ৰাহক : ৰিংকু ৰাজোৱাৰ 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)