নিৰুপায় -যমুনা বৈশ্য

Aditi Tanti
0
চাহ বাগিচাৰ মালিক পৰেশ বৰুৱা আৰু বৰ্ণালী বৰুৱাৰ একমাত্ৰ পুত্ৰৰ আকাশৰ কাৰণে উচ্চ শিক্ষিতা তৰাক বিয়া কৰাই আনে । ফুলেৰে ওপচি পৰা পালেংখনত কইনা সাজেৰে গোটেই ৰাতি উজাগৰে কটাই । নিদ্ৰাহীনতাই আনি দিয়া অলসতাত ডুবি থাকিল বহুনিশা তৰা । আকাশে বহু নিশা মদ খাই , জুৱা খেলিয়ে কটাই দিয়ে । তৰাই স্বামীৰ পৰা কোনো মৰম নাপালে । সদায় অকলশৰে অপেক্ষা কৰি কৰি নিশা উচুপি উচুপি পাৰ কৰি আহিছে তাই । অৱশেষত নিৰুপায় হৈ স্বামী ঘৰ এৰি আহিবলৈ সিদ্ধান্ত ল'লে ।

✍🏻যমুনা বৈশ্য
শুৱালকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)