সাধাৰণ জ্ঞান-কুইজ

©Admin
0

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল ৬ বছৰ?

উত্তৰ : জম্মু আৰু কাশ্মীৰ।

২) প্ৰশ্ন : নিৰ্বাচকমণ্ডলীৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ ক্ষুদ্ৰতম লোকসভা নিৰ্বাচনী সমষ্টি কোনখন?

উত্তৰ : লাক্ষাদ্বীপ।

৩) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ১৯৮২ চনত পোন প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰ’নিক ভোট গ্ৰহণ যন্ত্ৰ (EVM) ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ : কেৰালা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন।

৪) প্ৰশ্ন : ভাৰতৰ পৰিকল্পনা আয়োগৰ সভাপতি কোন?

উত্তৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী।

৫) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই লোকসভালৈ সৰ্ব্বাধিক সদস্য নিৰ্বাচিত কৰি পঠিয়ায়?

উত্তৰ : উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)