আজিৰ দিনটোৰ বিশেষত্ব-১ মাৰ্চ

©Admin
0
১)আজি বীৰ দিৱস 
২)আন্তৰ্জাতিক যুক্তিবাদী দিৱস আজিৰ দিনটোতে উদযাপন কৰা হয় ৷ 
৩)১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
৪)১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
৫)১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
৬)১৮১৯ - শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
৭)১৮৪৮ চনত আজিৰ দিনটোতে ভাৰতত ভূমিকম্পত ১ হাজাৰ জনৰ প্ৰাণহানি।
৮)১৯০১ চনত আজিৰ দিনটোতে অষ্ট্ৰেলিয়ান সেনাবাহিনী গঠিত হয়।
৯)১৯০৭ চনৰ আজিৰ দিনটোতে  ভাৰতত সৰ্বপ্ৰথম তীখাৰ কাৰখানা প্ৰতিষ্ঠিত হয়।
১০)১৯১২ চনৰ আজিৰ দিনটোত এলবাৰ্ট বেৰী প্ৰথম বিমানৰ পৰা পেৰাছুটৰ সহায়ত নামে।
১১)১৯১৪ চনৰ আজিৰ দিনটোত  চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে।
১২)১৯১৯ চনৰ আজিৰ দিনটোত কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত।
১৩)১৯৪৯ চনৰ আজিৰ দিনটোত ৰাছিয়ান বিমান দুৰ্ঘটনাত ৩৮৫জন নিহত।
১৪)১৯৭১ চনৰ আজিৰ দিনটোতে স্বাধীন বাংলা ছাত্ৰ সংগ্ৰাম পৰিষদ গঠিত হয়।
১৫)১৯৯৭ চনৰ এই দিনটোতে বাংলাদেশত প্ৰথম টেলিফোন বেংকিং সেৱা আৰম্ভ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)