Homeকবিতা হোলীৰ আনন্দ | সমুজ্জ্বল ডেকা March 17, 2022 0 ফাকুৱা আহিছে...ঘৰে ঘৰে যাওঁ ব'লা।বতাহ বলিছে...সুখৰ ঢলত হোলী খেলো আহা।ঘৰত চাউল আছে ককা।চাউল নিদি দিয়া টকা॥ৰং খেলো ব'লা ধুম-ধামে।খানাৰ দিনাখন লাগিবা কামে-কাজে॥ কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া Tags: কবিতা সমুজ্জ্বল ডেকা