হোলীৰ আনন্দ | সমুজ্জ্বল ডেকা

0
ফাকুৱা আহিছে...
ঘৰে ঘৰে যাওঁ ব'লা।
বতাহ বলিছে...
সুখৰ ঢলত হোলী খেলো আহা।
ঘৰত চাউল আছে ককা।
চাউল নিদি দিয়া টকা॥
ৰং খেলো ব'লা ধুম-ধামে।
খানাৰ দিনাখন লাগিবা কামে-কাজে॥


             
কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)